চেল ৰুটি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
Content deleted Content added
চমুকৈ আৰম্ভ টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
তথ্যপেৰা টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{Infobox prepared food |
|||
⚫ | '''চেল ৰুটি''' ({{lang-en|Sel roti}}) হৈছে চাউলৰ গুড়িৰে তৈয়াৰী পৰম্পৰাগত নেপালী খাদ্য।[ |
||
| name = চেল ৰুটি |
|||
| image = Sel Roti.jpg |
|||
| image_size = |
|||
| caption = |
|||
| country = [[নেপাল]] |
|||
| region = |
|||
| course = উৎসৱৰ আহাৰ |
|||
| type = চাউলৰ গুড়িৰে আঙঠি আকৃতিৰ ভজা খাদ্য |
|||
| main_ingredient = চাউলৰ গুৰি, পানী, চেনি, ঘিঁউ |
|||
| variations =সিংহল (কুমাও অঞ্চল) |
|||
| other = |
|||
|name_lang=ne|minor_ingredient=[[ইলাচী]], [[লং]]|associated_cuisine=নেপালী খাদ্যসম্ভাৰ}} |
|||
⚫ | '''চেল ৰুটি''' ({{lang-en|Sel roti}}) হৈছে চাউলৰ গুড়িৰে তৈয়াৰী পৰম্পৰাগত নেপালী খাদ্য।<ref>{{Cite web |last= |date=2021-09-19 |title=Sel roti: Cook Nepal's iconic dish a yummy way - OnlineKhabar English News |url=https://english.onlinekhabar.com/sel-roti-cook-nepals-iconic-dish-a-yummy-way.html |access-date=2022-09-07 |website=[[Online Khabar]] |language=en-GB}}</ref> পৰম্পৰাগতভাৱে ই এবিধ চাউলৰ গুড়ি পানীৰ সৈতে আটা মৰাৰ দৰে মাৰি আঙঠি আকৃতিৰ কৰি ভজা এবিধ মিঠা ব্যঞ্জন।<ref>{{Cite web|title=You don't have to be a Nepali to learn to make selroti|url=https://kathmandupost.com/videos/2021/03/25/you-don-t-have-to-be-a-nepali-to-learn-to-make-selroti|access-date=2022-02-12|website=kathmandupost.com|language=English}}</ref> [[নেপাল]]ৰ লগতে [[ভাৰত]]ৰ [[দাৰ্জিলিং]], কালিম্পং আৰু [[ছিক্কিম]] অঞ্চলতো বহুলভাৱে উদযাপিত হিন্দু উৎসৱ বিশেষকৈ [[তিহাৰ]] আৰু [[দঁশেই উৎসৱ]]ৰ সময়ত চেল ৰুটি প্ৰস্তুত কৰা হয়। সমগ্ৰ নেপালৰ লগতে ভাৰতীয় গোৰ্খা সম্প্ৰদায়ৰ মাজত এই ব্যঞ্জন জনপ্ৰিয়। চেল ৰুটি চাউলৰ গুড়ি, পানী, চেনি, ঘিউ, আৰু মছলাৰে মিহলি ঘোলৰ পৰা তৈয়াৰ কৰা হয়। এই ঘোল তেলত বা ঘিউত ৰঙাকৈ ভাজি চেল ৰুটি প্ৰস্তুত কৰা হয়। |
||
==উৎপত্তি== |
07:24, 13 November 2023ৰ সংস্কৰণ
প্ৰকাৰ | চাউলৰ গুড়িৰে আঙঠি আকৃতিৰ ভজা খাদ্য |
---|---|
প্ৰকাৰ | উৎসৱৰ আহাৰ |
উৎপত্তিৰ স্থান | নেপাল |
মুখ্য উপাদান | চাউলৰ গুৰি, পানী, চেনি, ঘিঁউ |
আন উপাদান | ইলাচী, লং |
ভিন্ন প্ৰকাৰ | সিংহল (কুমাও অঞ্চল) |
চেল ৰুটি (ইংৰাজী: Sel roti) হৈছে চাউলৰ গুড়িৰে তৈয়াৰী পৰম্পৰাগত নেপালী খাদ্য।[1] পৰম্পৰাগতভাৱে ই এবিধ চাউলৰ গুড়ি পানীৰ সৈতে আটা মৰাৰ দৰে মাৰি আঙঠি আকৃতিৰ কৰি ভজা এবিধ মিঠা ব্যঞ্জন।[2] নেপালৰ লগতে ভাৰতৰ দাৰ্জিলিং, কালিম্পং আৰু ছিক্কিম অঞ্চলতো বহুলভাৱে উদযাপিত হিন্দু উৎসৱ বিশেষকৈ তিহাৰ আৰু দঁশেই উৎসৱৰ সময়ত চেল ৰুটি প্ৰস্তুত কৰা হয়। সমগ্ৰ নেপালৰ লগতে ভাৰতীয় গোৰ্খা সম্প্ৰদায়ৰ মাজত এই ব্যঞ্জন জনপ্ৰিয়। চেল ৰুটি চাউলৰ গুড়ি, পানী, চেনি, ঘিউ, আৰু মছলাৰে মিহলি ঘোলৰ পৰা তৈয়াৰ কৰা হয়। এই ঘোল তেলত বা ঘিউত ৰঙাকৈ ভাজি চেল ৰুটি প্ৰস্তুত কৰা হয়।
উৎপত্তি
- ↑ "Sel roti: Cook Nepal's iconic dish a yummy way - OnlineKhabar English News" (en-GB ভাষাত). Online Khabar. 2021-09-19. https://english.onlinekhabar.com/sel-roti-cook-nepals-iconic-dish-a-yummy-way.html। আহৰণ কৰা হৈছে: 2022-09-07.
- ↑ "You don't have to be a Nepali to learn to make selroti" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/videos/2021/03/25/you-don-t-have-to-be-a-nepali-to-learn-to-make-selroti। আহৰণ কৰা হৈছে: 2022-02-12.