সমললৈ যাওক

ৰছিদ খান (সংগীতজ্ঞ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
তথ্য পেৰা যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
তথ্য যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
19 নং শাৰী: 19 নং শাৰী:
}}
}}
}}
}}
'''ৰছিদ খান''' ({{lang-en|Rashid Khan}}; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল।
'''ৰছিদ খান''' ({{lang-en|Rashid Khan}}; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল। কেইবাটাও সংস্কৰণত কোৱা এটা কাহিনী অনুসৰি পণ্ডিত [[ভীমসেন যোশী]]য়ে এবাৰ মন্তব্য কৰিছিল যে ৰছিদ খান হৈছে "ভাৰতীয় কণ্ঠ সংগীতৰ ভৱিষ্যতৰ আশ্বাস"।<ref name=itc2>{{cite news
| title = Padmashree Rashid Khan
| publisher = ITC SRA
| url = http://www.itcsra.org/sra_news_views/sra_news_views_links/awards_archives.html
| access-date = 9 May 2007
| archive-date = 16 January 2003
| archive-url = https://web.archive.org/web/20030116174104/http://itcsra.org/sra_news_views/sra_news_views_links/awards_archives.html
| url-status = live
}}The SRA site gives the Bhimsen Joshi accolade as:
"One of the most notable torchbearers of the Hindustani classical tradition in the twenty first century"</ref><ref>Music
Label [http://www.fusion3.com/works/NRCD_0204/ fusion3.com] {{Webarchive|url=https://web.archive.org/web/20190418091746/http://www.fusion3.com/works/NRCD_0204/ |date=18 April 2019 }}</ref> তেওঁ ২০০৬ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ সন্মান [[পদ্মশ্ৰী]]ৰ লগতে [[সংগীত নাটক অকাডেমী বঁটা]] লাভ কৰিছিল। ২০২২ চনত কলাৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান [[পদ্ম ভূষণ]] প্ৰদান কৰে।<ref>{{Cite web|date=2022-01-26|title=Padma Awards 2022: Complete list of recipients|url=https://www.livemint.com/news/padma-awards-2022-complete-list-of-recepient-11643162439142.html|access-date=2022-01-26|website=mint|language=en|archive-date=26 January 2022|archive-url=https://web.archive.org/web/20220126094504/https://www.livemint.com/news/padma-awards-2022-complete-list-of-recepient-11643162439142.html|url-status=live}}</ref>

==প্ৰাৰম্ভিক জীৱন==

13:46, 21 January 2024ৰ সংস্কৰণ

ৰছিদ খান

২০১৫ চনত ভাৰত ভৱনত ওস্তাদ ৰছিদ খান
জন্ম ১ জুলাই, ১৯৬৮
সহস্বান, বুদায়ুন, উত্তৰ প্ৰদেশ, ভাৰত
মৃত্যু ৯ জানুৱাৰী, ২০২৪ (৫৫ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
পেচা শাস্ত্ৰীয় সংগীতশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৭৭–২০২৪
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্ম ভূষণ (২০২২)
পদ্মশ্ৰী (২০০৬)
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত

ৰছিদ খান (ইংৰাজী: Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল। কেইবাটাও সংস্কৰণত কোৱা এটা কাহিনী অনুসৰি পণ্ডিত ভীমসেন যোশীয়ে এবাৰ মন্তব্য কৰিছিল যে ৰছিদ খান হৈছে "ভাৰতীয় কণ্ঠ সংগীতৰ ভৱিষ্যতৰ আশ্বাস"।[1][2] তেওঁ ২০০৬ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰীৰ লগতে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল। ২০২২ চনত কলাৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ প্ৰদান কৰে।[3]

প্ৰাৰম্ভিক জীৱন

  1. "Padmashree Rashid Khan". ITC SRA. http://www.itcsra.org/sra_news_views/sra_news_views_links/awards_archives.html. The SRA site gives the Bhimsen Joshi accolade as: "One of the most notable torchbearers of the Hindustani classical tradition in the twenty first century"
  2. Music Label fusion3.com Archived 18 April 2019 at the Wayback Machine
  3. "Padma Awards 2022: Complete list of recipients" (en ভাষাত). mint. 2022-01-26. https://www.livemint.com/news/padma-awards-2022-complete-list-of-recepient-11643162439142.html। আহৰণ কৰা হৈছে: 2022-01-26.