অসম বৈভৱ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ পৃষ্ঠা অসম বৈভৱ বঁটাৰ পৰা অসম বৈভৱলৈ AjayDasয়ে স্থানান্তৰ কৰিলে: Misspelled title |
তথ্য যোগ টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{Infobox Indian Awards |
{{Infobox Indian Awards |
||
| awardname = অসম বৈভৱ বঁটা |
| awardname = অসম বৈভৱ বঁটা |
||
| image = [[চিত্ৰ:Assam Baibhav.jpeg|250px]] |
|||
| image = |
|||
| type = অসামৰিক |
| type = অসামৰিক |
||
| category = সাধাৰণ |
| category = সাধাৰণ |
||
| instituted = ২০২২<ref>{{cite web|title=ৰতন টাটালৈ অসম বৈভৱ সন্মান, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে কোন কোন হ'ল নিৰ্বাচিত?|url=https://assam.news18.com/news/assam/cm-himanta-biswa-sarma-assam-government-announced-3-highest-civilian-awards-check-the-list-hb-175713.html|accessdate=২১ জানুৱাৰী ২০২২}}</ref> |
| instituted = ২০২২<ref>{{cite web|title=ৰতন টাটালৈ অসম বৈভৱ সন্মান, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে কোন কোন হ'ল নিৰ্বাচিত?|url=https://assam.news18.com/news/assam/cm-himanta-biswa-sarma-assam-government-announced-3-highest-civilian-awards-check-the-list-hb-175713.html|accessdate=২১ জানুৱাৰী ২০২২}}</ref> |
||
| lastawarded = |
| lastawarded = ২০২৪ |
||
| total = |
| total = ৩ |
||
| awardedby = [[অসম চৰকাৰ]] |
| awardedby = [[অসম চৰকাৰ]] |
||
| description = হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" [[অসমীয়া লিপি]]ত খোদিত<ref>{{cite web|title=এইবাৰ ‘অসম বৈভৱ’ বঁটা ৰতন টাটালৈ : অন্য কি বঁটা কোনে পালে চাওক|url=https://assamtimespost.com/?p=62976&|accessdate=২১ জানুৱাৰী ২০২২}}</ref> |
| description = হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" [[অসমীয়া লিপি]]ত খোদিত<ref>{{cite web|title=এইবাৰ ‘অসম বৈভৱ’ বঁটা ৰতন টাটালৈ : অন্য কি বঁটা কোনে পালে চাওক|url=https://assamtimespost.com/?p=62976&|accessdate=২১ জানুৱাৰী ২০২২}}</ref> |
||
| ribbon = |
| ribbon = |
||
| firstawardees = [[ৰতন টাটা]] |
| firstawardees = [[ৰতন টাটা]] |
||
| lastawardees = [[ |
| lastawardees = [[ৰঞ্জন গগৈ]] |
||
| precededby = ''<নাই>'' |
| precededby = ''<নাই>'' |
||
| followedby = [[অসম সৌৰভ |
| followedby = [[অসম সৌৰভ]] |
||
}} |
}} |
||
'''অসম বৈভৱ |
'''অসম বৈভৱ''' ({{lang-en|Assam Baibhav}}) |
||
অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। প্ৰথমবাৰৰ বাবে উদ্যোগপতি [[ৰতন টাটা]]ক [[কৰ্কট ৰোগ]]ৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।<ref>{{cite web|title=অসম অসামৰিক বঁটা- তিনিটা শিতানত প্ৰদান কৰা হ’ব এই বঁটা…লাভলীনালৈ অসম সৌৰভ বঁটা|url=https://as.time8.in/assam-civilian-award-announced/|accessdate=২১ জানুৱাৰী ২০২২|archivedate=2022-01-21|archiveurl=https://web.archive.org/web/20220121154519/https://as.time8.in/assam-civilian-award-announced/|deadurl=yes}}</ref> |
অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। প্ৰথমবাৰৰ বাবে উদ্যোগপতি [[ৰতন টাটা]]ক [[কৰ্কট ৰোগ]]ৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।<ref>{{cite web|title=অসম অসামৰিক বঁটা- তিনিটা শিতানত প্ৰদান কৰা হ’ব এই বঁটা…লাভলীনালৈ অসম সৌৰভ বঁটা|url=https://as.time8.in/assam-civilian-award-announced/|accessdate=২১ জানুৱাৰী ২০২২|archivedate=2022-01-21|archiveurl=https://web.archive.org/web/20220121154519/https://as.time8.in/assam-civilian-award-announced/|deadurl=yes}}</ref> এই বঁটা প্ৰৱৰ্তনৰ আগতে [[অসম ৰত্ন]] অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান আছিল। |
||
অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক । [[হোলোং]] গছৰ পাতৰ ওপৰত [[জাপি]]ৰ চিত্ৰৰ লগত "অসম বৈভৱ" [[অসমীয়া লিপি]]ত খোদিত কৰা হৈছে।<ref>{{cite web|title=২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা|url=https://assam.nenow.in/assam-baibhav-award-for-2021-announced-first-year-assam-baibhav-award-to-ratan-tata/|accessdate=২১ জানুৱাৰী ২০২২}}</ref> ২০২৩ চনৰ ৪ জানুৱাৰীত অসম চৰকাৰে স্বাস্থ্যসেৱা (কেন্সাৰ কেয়াৰ) আৰু জনসেৱাৰ ক্ষেত্ৰত মুম্বাইত বাস কৰা বিখ্যাত কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।<ref>{{Cite web|last=Time|first= Pratidin|date=2023-01-04|title= Dr Tapan Saikia To Receive Assam's Highest Civilian Award |
অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক । [[হোলোং]] গছৰ পাতৰ ওপৰত [[জাপি]]ৰ চিত্ৰৰ লগত "অসম বৈভৱ" [[অসমীয়া লিপি]]ত খোদিত কৰা হৈছে।<ref>{{cite web|title=২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা|url=https://assam.nenow.in/assam-baibhav-award-for-2021-announced-first-year-assam-baibhav-award-to-ratan-tata/|accessdate=২১ জানুৱাৰী ২০২২}}</ref> ২০২৩ চনৰ ৪ জানুৱাৰীত অসম চৰকাৰে স্বাস্থ্যসেৱা (কেন্সাৰ কেয়াৰ) আৰু জনসেৱাৰ ক্ষেত্ৰত মুম্বাইত বাস কৰা বিখ্যাত কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।<ref>{{Cite web|last=Time|first= Pratidin|date=2023-01-04|title= Dr Tapan Saikia To Receive Assam's Highest Civilian Award |
||
|url=https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/dr-tapan-saikia-assams-highest-civilian-award |
|url=https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/dr-tapan-saikia-assams-highest-civilian-award |
||
|access-date=2023-01-15|website=www.pratidintime.com}}</ref> |
|access-date=2023-01-15|website=www.pratidintime.com}}</ref> |
||
==বিৱৰণ== |
|||
লোকসেৱাৰ হিতাৰ্থে আৰু মানৱিক প্রচেষ্টাৰ যিকোনো ক্ষেত্ৰতেই সৰ্বোচ্চ ব্যৱস্থাৰ অসাধাৰণ সেৱা/কাৰ্যক্ষমতাক স্বীকৃতি প্ৰদানৰ বাবে [[অসম চৰকাৰ|অসম চৰকাৰে]] [[ভাৰত চৰকাৰ]]ৰ সর্বোচ্চ অসামৰিক সন্মান [[ভাৰত ৰত্ন]] আৰু পদ্ম বঁটাৰ আৰ্হিত অসম অসামৰিক সন্মান প্ৰদানৰ ব্যৱস্থা হাতত লয়। এই বঁটাসমূহ ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। |
|||
২০২১ চনৰ ২ ডিচেম্বৰত মুখ্যমন্ত্ৰী [[হিমন্ত বিশ্ব শৰ্মা]]ই [[অসম দিৱস]] উপলক্ষে আনুষ্ঠানিকভাৱে এই বঁটাসমূহ ঘোষণা কৰে। |
|||
সাধাৰণতে প্ৰতি বছৰে এজন ব্যক্তিক অসম বৈভৱ, তিনি গৰাকীক [[অসম সৌৰভ]] আৰু ১৫ গৰাকী ব্যক্তিক অসম গৌৰৱ সন্মানৰ বাবে বাচনি কৰা হয়। অৱশ্যে পুৰস্কাৰ সমিতিৰ সিদ্ধান্ত অনুযায়ী প্ৰত্যেক শাখাত প্রতি বছৰে বঁটাৰ সংখ্যা পৰিবৰ্তন হব পাৰে। |
|||
বঁটাপ্ৰাপ্ত সকলক প্ৰদান কৰিবলগীয়া পুৰস্কাৰসমূহ এনেধৰণৰ- |
|||
* অসম বৈভৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান |
|||
* অসম সৌৰভ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৪ লাখ টকাৰ এক আৰ্থিক অনুদান |
|||
* অসম গৌৰৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৩ লাখ টকাৰ এক আৰ্থিক অনুদান |
|||
বঁটা প্ৰাপক সকলে লাভ কৰিবলগীয়া অন্যান্য সুবিধাসমূহ এনেধৰণৰ- |
|||
*চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰে |
|||
* তেওঁলোকক ৰাজ্য চৰকাৰৰ আৱৰ্ত ভৱন, অতিথি আৱাস আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হয় |
|||
* তেওঁলোক সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্রিত কৰা হয় |
|||
* অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসালয়ৰ ব্যয়ৰ বাবে ২ লাখ টকা পৰ্য্যন্ত প্ৰদান কৰে |
|||
* পুৰস্কৃত ধন আৰু নিৰ্দিষ্ট সুবিধাৰ ব্যৱস্থা থকাৰ উপৰিও বঁটাপ্ৰাপ্ত নাগৰিকসকলে [[অসম ৰাজ্যিক পৰিবহন নিগম|এ.এছ.টি.চি]] বাছত বিনামূলীয়াকৈ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে যদিহে ভ্ৰমণৰ ২৪ ঘন্টা পূৰ্বেই নিৰ্ধাৰিত তথ্য প্ৰদান কৰে।<ref>{{Cite web|last=Award|first=Assam Civilian |date=|title=About the Assam Civilian Awards|url=https://assamcivilianawards.assam.gov.in/index.php/about|access-date=4 February 2024|website=assamcivilianawards.assam.gov.in|language=en}}</ref> |
|||
==বঁটা বিজয়ীসকলৰ তালিকা== |
==বঁটা বিজয়ীসকলৰ তালিকা== |
15:36, 4 February 2024ৰ সংস্কৰণ
অসম বৈভৱ বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | সাধাৰণ | |
বৰ্ণনা | হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" অসমীয়া লিপিত খোদিত[1] | |
প্ৰতিষ্ঠা | ২০২২[2] | |
অন্তিমবাৰ প্ৰদান | ২০২৪ | |
মুঠ প্ৰদানৰ সংখ্যা | ৩ | |
প্ৰদানকৰ্তা | অসম চৰকাৰ | |
প্ৰথম প্ৰাপক | ৰতন টাটা | |
অন্তিম প্ৰাপক | ৰঞ্জন গগৈ | |
বঁটাৰ মৰ্যদা | ||
<নাই> ← অসম বৈভৱ বঁটা → অসম সৌৰভ |
অসম বৈভৱ (ইংৰাজী: Assam Baibhav) অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। প্ৰথমবাৰৰ বাবে উদ্যোগপতি ৰতন টাটাক কৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।[3] এই বঁটা প্ৰৱৰ্তনৰ আগতে অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান আছিল।
অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক । হোলোং গছৰ পাতৰ ওপৰত জাপিৰ চিত্ৰৰ লগত "অসম বৈভৱ" অসমীয়া লিপিত খোদিত কৰা হৈছে।[4] ২০২৩ চনৰ ৪ জানুৱাৰীত অসম চৰকাৰে স্বাস্থ্যসেৱা (কেন্সাৰ কেয়াৰ) আৰু জনসেৱাৰ ক্ষেত্ৰত মুম্বাইত বাস কৰা বিখ্যাত কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।[5]
বিৱৰণ
লোকসেৱাৰ হিতাৰ্থে আৰু মানৱিক প্রচেষ্টাৰ যিকোনো ক্ষেত্ৰতেই সৰ্বোচ্চ ব্যৱস্থাৰ অসাধাৰণ সেৱা/কাৰ্যক্ষমতাক স্বীকৃতি প্ৰদানৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ আৰ্হিত অসম অসামৰিক সন্মান প্ৰদানৰ ব্যৱস্থা হাতত লয়। এই বঁটাসমূহ ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ চনৰ ২ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম দিৱস উপলক্ষে আনুষ্ঠানিকভাৱে এই বঁটাসমূহ ঘোষণা কৰে।
সাধাৰণতে প্ৰতি বছৰে এজন ব্যক্তিক অসম বৈভৱ, তিনি গৰাকীক অসম সৌৰভ আৰু ১৫ গৰাকী ব্যক্তিক অসম গৌৰৱ সন্মানৰ বাবে বাচনি কৰা হয়। অৱশ্যে পুৰস্কাৰ সমিতিৰ সিদ্ধান্ত অনুযায়ী প্ৰত্যেক শাখাত প্রতি বছৰে বঁটাৰ সংখ্যা পৰিবৰ্তন হব পাৰে।
বঁটাপ্ৰাপ্ত সকলক প্ৰদান কৰিবলগীয়া পুৰস্কাৰসমূহ এনেধৰণৰ-
- অসম বৈভৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান
- অসম সৌৰভ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৪ লাখ টকাৰ এক আৰ্থিক অনুদান
- অসম গৌৰৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৩ লাখ টকাৰ এক আৰ্থিক অনুদান
বঁটা প্ৰাপক সকলে লাভ কৰিবলগীয়া অন্যান্য সুবিধাসমূহ এনেধৰণৰ-
- চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰে
- তেওঁলোকক ৰাজ্য চৰকাৰৰ আৱৰ্ত ভৱন, অতিথি আৱাস আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হয়
- তেওঁলোক সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্রিত কৰা হয়
- অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসালয়ৰ ব্যয়ৰ বাবে ২ লাখ টকা পৰ্য্যন্ত প্ৰদান কৰে
- পুৰস্কৃত ধন আৰু নিৰ্দিষ্ট সুবিধাৰ ব্যৱস্থা থকাৰ উপৰিও বঁটাপ্ৰাপ্ত নাগৰিকসকলে এ.এছ.টি.চি বাছত বিনামূলীয়াকৈ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে যদিহে ভ্ৰমণৰ ২৪ ঘন্টা পূৰ্বেই নিৰ্ধাৰিত তথ্য প্ৰদান কৰে।[6]
বঁটা বিজয়ীসকলৰ তালিকা
নং | নাম | চন | ক্ষেত্ৰ | চিত্ৰ |
---|---|---|---|---|
১ | ৰতন টাটা[7] | ২০২২ | সমাজ সেৱা | |
২ | তপন শইকীয়া | ২০২৩ | স্বাস্থ্যসেৱা আৰু জনসেৱা |
তথ্য উৎস
- ↑ "এইবাৰ ‘অসম বৈভৱ’ বঁটা ৰতন টাটালৈ : অন্য কি বঁটা কোনে পালে চাওক". https://assamtimespost.com/?p=62976&। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২.
- ↑ "ৰতন টাটালৈ অসম বৈভৱ সন্মান, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে কোন কোন হ'ল নিৰ্বাচিত?". https://assam.news18.com/news/assam/cm-himanta-biswa-sarma-assam-government-announced-3-highest-civilian-awards-check-the-list-hb-175713.html। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২.
- ↑ "অসম অসামৰিক বঁটা- তিনিটা শিতানত প্ৰদান কৰা হ’ব এই বঁটা…লাভলীনালৈ অসম সৌৰভ বঁটা". Archived from the original on 2022-01-21. https://web.archive.org/web/20220121154519/https://as.time8.in/assam-civilian-award-announced/। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২.
- ↑ "২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা". https://assam.nenow.in/assam-baibhav-award-for-2021-announced-first-year-assam-baibhav-award-to-ratan-tata/। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২.
- ↑ Time, Pratidin (2023-01-04). "Dr Tapan Saikia To Receive Assam's Highest Civilian Award". www.pratidintime.com. https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/dr-tapan-saikia-assams-highest-civilian-award। আহৰণ কৰা হৈছে: 2023-01-15.
- ↑ Award, Assam Civilian. "About the Assam Civilian Awards" (en ভাষাত). assamcivilianawards.assam.gov.in. https://assamcivilianawards.assam.gov.in/index.php/about। আহৰণ কৰা হৈছে: 4 February 2024.
- ↑ "ৰতন টাটালৈ অসম বৈভৱ বঁটা আৰু কোনে পালে অসম গৌৰৱ বঁটা চাওক তালিকা…". https://fonts.googleapis.com/css?family=Lato%3A400%2C600%7CRoboto%3A300%2C400%2C500%2C700&ver=5.7.5। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী ২০২২.