পংকজ উধাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
চমুকৈ আৰম্ভ টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
তথ্যপেৰা টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{Infobox musical artist |
|||
⚫ | '''পংকজ উধাছ''' ({{lang-en|Pankaj Udhas }}; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত [[গজল]] আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত ১৯৮১ চনত 'মুকাৰাৰ', ১৯৮২ চনত 'তাৰান্নুম', ১৯৮৩ চনত 'মেহফিল', ১৯৮৪ চনত 'ৰয়েল এলবাৰ্ট হলত পংকজ উধাছ লাইভ', ১৯৮৫ চনত 'নায়াব' আৰু ১৯৮৬ চনত 'আফ্ৰিন' আদি বহু জনপ্ৰিয় এলবামত কণ্ঠদান কৰিছিল। গজল গায়ক হিচাপে সফলতা লাভ কৰাৰ পিছত মহেশ ভটৰ 'নাম' নামৰ ছবিত চিত্ৰায়ন আৰু গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৮৬ চনৰ 'নাম' নামৰ ছবিখনত গীত গাই উধাছে আৰু অধিক খ্যাতি লাভ কৰিছিল। এই ছবিখনত তেওঁৰ "চিঠ্ঠী আয়ী হে" শীৰ্ষক গীতটো তৎক্ষণাত হিট হৈছিল। তাৰ পিছত তেওঁ বহু হিন্দী ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কেইবাটাও জনপ্ৰিয় গীত গাইছিল। তেওঁৰ এলবাম আৰু বিশ্বজুৰি লাইভ কনচাৰ্টে তেওঁলৈ প্ৰতিষ্ঠিত গজল গায়ক হিচাপে খ্যাতি কঢ়িয়াই আনিছিল। ২০০৬ চনত [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা [[পদ্মশ্ৰী]] প্ৰদান কৰে। |
||
| name = পংকজ উধাছ |
|||
| image = Pankaj Udhas in 2015.jpg |
|||
| caption = ২০১৫ চনত পংকজ উধাছ |
|||
| alt = |
|||
| background = solo_singer |
|||
| birth_date = {{Birth date|df=yes|1951|05|17}} |
|||
| birth_place = জেটপুৰ, সৌৰাষ্ট্ৰ ৰাজ্য, ভাৰত (বৰ্তমান [[গুজৰাট]])<ref>{{cite web |title=दुनिया को अलविदा कह गए 'चिट्ठी आई है' गाने वाले पंकज उधास, 72 की उम्र में ली आखिरी सांस |url=https://www.aajtak.in/entertainment/bollywood-news/story/pankaj-udhas-death-legendary-singer-no-more-fans-shocked-entertainment-industry-sad-news-tmovh-1887261-2024-02-26 |website=आज तक |language=hi |date=26 February 2024 |access-date=26 February 2024 |archive-date=26 February 2024 |archive-url=https://web.archive.org/web/20240226152216/https://www.aajtak.in/entertainment/bollywood-news/story/pankaj-udhas-death-legendary-singer-no-more-fans-shocked-entertainment-industry-sad-news-tmovh-1887261-2024-02-26 |url-status=live }}</ref> |
|||
| death_date = {{Death date and age|df=yes|2024|02|26|1951|05|17}}<ref>{{cite web |title=Pankaj Udhas Death: Netizens Mourn Demise Of The Legend |url=https://www.timesnownews.com/viral/pankaj-udhas-death-news-netizens-mourn-demise-of-the-legend-article-108016499 |website=TimesNow |language=en |date=26 February 2024 |access-date=26 February 2024 |archive-date=26 February 2024 |archive-url=https://web.archive.org/web/20240226152219/https://www.timesnownews.com/viral/pankaj-udhas-death-news-netizens-mourn-demise-of-the-legend-article-108016499 |url-status=live }}</ref> |
|||
| death_place = [[মুম্বাই]], [[মহাৰাষ্ট্ৰ]], [[ভাৰত]] |
|||
| genre = [[গজল]] |
|||
| occupation = গজল গায়ক |
|||
| instrument = কণ্ঠশিল্পী, হাৰমনিয়াম, গীটাৰ, পিয়ান', [[বেহেলা]], [[তবলা]] |
|||
| years_active = ১৯৮০–২০২৪ |
|||
| label = ইএমআই, টি-চিৰিজ |
|||
| associated_acts = |
|||
}} |
|||
⚫ | '''পংকজ উধাছ''' ({{lang-en|Pankaj Udhas }}; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত [[গজল]] আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত ১৯৮১ চনত 'মুকাৰাৰ', ১৯৮২ চনত 'তাৰান্নুম', ১৯৮৩ চনত 'মেহফিল', ১৯৮৪ চনত 'ৰয়েল এলবাৰ্ট হলত পংকজ উধাছ লাইভ', ১৯৮৫ চনত 'নায়াব' আৰু ১৯৮৬ চনত 'আফ্ৰিন' আদি বহু জনপ্ৰিয় এলবামত কণ্ঠদান কৰিছিল। গজল গায়ক হিচাপে সফলতা লাভ কৰাৰ পিছত মহেশ ভটৰ 'নাম' নামৰ ছবিত চিত্ৰায়ন আৰু গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৮৬ চনৰ 'নাম' নামৰ ছবিখনত গীত গাই উধাছে আৰু অধিক খ্যাতি লাভ কৰিছিল। এই ছবিখনত তেওঁৰ "চিঠ্ঠী আয়ী হে" শীৰ্ষক গীতটো তৎক্ষণাত হিট হৈছিল। তাৰ পিছত তেওঁ বহু হিন্দী ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কেইবাটাও জনপ্ৰিয় গীত গাইছিল। তেওঁৰ এলবাম আৰু বিশ্বজুৰি লাইভ কনচাৰ্টে তেওঁলৈ প্ৰতিষ্ঠিত গজল গায়ক হিচাপে খ্যাতি কঢ়িয়াই আনিছিল। ২০০৬ চনত [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা [[পদ্মশ্ৰী]] প্ৰদান কৰে।<ref>{{cite web|url=http://india.gov.in/myindia/padmashri_awards_list1.php?start=420 |title=Padma Shri Awardees |access-date=19 December 2011}}</ref> |
||
==প্ৰাৰম্ভিক জীৱন== |
15:49, 26 February 2024ৰ সংস্কৰণ
পংকজ উধাছ | |
---|---|
২০১৫ চনত পংকজ উধাছ | |
প্ৰাথমিক তথ্য | |
জন্ম | ১৭ মে', ১৯৫১ জেটপুৰ, সৌৰাষ্ট্ৰ ৰাজ্য, ভাৰত (বৰ্তমান গুজৰাট)[1] |
মৃত্যু | ২৬ ফেব্ৰুৱাৰী, ২০২৪ (৭২ বছৰ)[2] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
সংগীতৰ প্ৰকাৰ | গজল |
পেচা | গজল গায়ক |
বাদ্যযন্ত্ৰ | কণ্ঠশিল্পী, হাৰমনিয়াম, গীটাৰ, পিয়ান', বেহেলা, তবলা |
কাৰ্যকাল | ১৯৮০–২০২৪ |
ৰেকৰ্ড লেবেল | ইএমআই, টি-চিৰিজ |
পংকজ উধাছ (ইংৰাজী: Pankaj Udhas ; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত গজল আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত ১৯৮১ চনত 'মুকাৰাৰ', ১৯৮২ চনত 'তাৰান্নুম', ১৯৮৩ চনত 'মেহফিল', ১৯৮৪ চনত 'ৰয়েল এলবাৰ্ট হলত পংকজ উধাছ লাইভ', ১৯৮৫ চনত 'নায়াব' আৰু ১৯৮৬ চনত 'আফ্ৰিন' আদি বহু জনপ্ৰিয় এলবামত কণ্ঠদান কৰিছিল। গজল গায়ক হিচাপে সফলতা লাভ কৰাৰ পিছত মহেশ ভটৰ 'নাম' নামৰ ছবিত চিত্ৰায়ন আৰু গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৮৬ চনৰ 'নাম' নামৰ ছবিখনত গীত গাই উধাছে আৰু অধিক খ্যাতি লাভ কৰিছিল। এই ছবিখনত তেওঁৰ "চিঠ্ঠী আয়ী হে" শীৰ্ষক গীতটো তৎক্ষণাত হিট হৈছিল। তাৰ পিছত তেওঁ বহু হিন্দী ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কেইবাটাও জনপ্ৰিয় গীত গাইছিল। তেওঁৰ এলবাম আৰু বিশ্বজুৰি লাইভ কনচাৰ্টে তেওঁলৈ প্ৰতিষ্ঠিত গজল গায়ক হিচাপে খ্যাতি কঢ়িয়াই আনিছিল। ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।[3]
প্ৰাৰম্ভিক জীৱন
- ↑ "दुनिया को अलविदा कह गए 'चिट्ठी आई है' गाने वाले पंकज उधास, 72 की उम्र में ली आखिरी सांस" (hi ভাষাত). आज तक. 26 February 2024. https://www.aajtak.in/entertainment/bollywood-news/story/pankaj-udhas-death-legendary-singer-no-more-fans-shocked-entertainment-industry-sad-news-tmovh-1887261-2024-02-26। আহৰণ কৰা হৈছে: 26 February 2024.
- ↑ "Pankaj Udhas Death: Netizens Mourn Demise Of The Legend" (en ভাষাত). TimesNow. 26 February 2024. https://www.timesnownews.com/viral/pankaj-udhas-death-news-netizens-mourn-demise-of-the-legend-article-108016499। আহৰণ কৰা হৈছে: 26 February 2024.
- ↑ "Padma Shri Awardees". http://india.gov.in/myindia/padmashri_awards_list1.php?start=420। আহৰণ কৰা হৈছে: 19 December 2011.