সমললৈ যাওক

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
চমুকৈ আৰম্ভ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
(কোনো পাৰ্থক্য নাই)

15:22, 27 April 2024ৰ সংস্কৰণ

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় (ইংৰাজী: Pragjyotishpur University) অসমকামৰূপ মহানগৰ জিলাৰ হাজংবাৰীত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়।[1] বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত গৃহীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।[2]

  1. "State-wise List of Private Universities". University Grants Commissionwww.ugc.ac.in. http://www.ugc.ac.in/oldpdf/Private%20University/Consolidated%20List%20Private%20Universities%20as%20on%2029.06.2017.pdf। আহৰণ কৰা হৈছে: 17 December 2022. 
  2. "Assam: Bills Passed To Introduce 3 New Universities". https://www.pratidintime.com/latest-assam-news-breaking-news-assam/assam-bills-passed-to-introduce-3-new-universities। আহৰণ কৰা হৈছে: 27 April 2024.