সমললৈ যাওক

সদস্য:AnonymousAssamese

অসমীয়া ৱিকিপিডিয়াৰ পৰা
16:50, 24 September 2023-ত 14.139.219.244 (আলোচনা) সদস্য‌ই কৰা সংশোধন (AnonymousAssamese (আলোচনা)-ই কৰা 379125 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)

সোমবাৰ
30
September

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম। মই, দেৱাশিস বুঢ়াগোহাঁই। মোৰ ঘৰ লখিমপুৰ জিলাঘিলামৰাত। মই বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়অসমীয়া বিভাগৰ পিএইছ.ডি. গৱেষক। মই শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। মোৰ ই-মেইল- dbg202223@gmail.com

AnonymousAssamese
নাম Debasish Buragohain
লিংগ Male
দেশ  ভাৰত
জাতীয়তা Indian
শিক্ষা আৰু নিযুক্তি
পেচা PhD Research Scholar
বিশ্ববিদ্যালয় Tezpur University
Hobbies, পছন্দ, আৰু বিশ্বাস
ধৰ্ম Agnostic
যোগাযোগ
ই-মেইল dbg202223@gmail.com

লাভ কৰা পদকসমূহ

[সম্পাদনা কৰক]
  • প্ৰতিভাবান ন-সম্পাদকৰ পদক
প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আপুনি আগ্ৰহ আৰু চেষ্টাৰ বলত আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। মৌলিক বিষয় কিছুমান নিৰ্বাচন কৰি পৰীক্ষামূলক ভাৱে ৱিকিসুলভ ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ বাবে আপুনি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। -Nayan j Nath (বাৰ্তা) 16:42, 14 মে' 2021 (ইউ.টি.চি.)

ইটো-সিটো

[সম্পাদনা কৰক]
এই সদস্যজন ৱিকিপিডিয়াত ৩ বছৰ, ৪ মাহ, আৰু ২১ দিন ধৰি আছে।
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
<উৎস> এই সদস্যজনে তথ্যসূত্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে।

এই সদস্যজন মাৰ্ভেল কমিকছ, মাৰ্ভেল ৱেব ছিৰিজ আৰু মাৰ্ভেল চলচ্চিত্ৰৰ অনুৰাগী।