সমললৈ যাওক

ইউক্ৰেনীয় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ইউক্ৰেনীয় ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in ইউক্ৰেনীয়
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL uk.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

ইউক্ৰেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইউক্ৰেনীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 13,49,003 প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]
Growth in the number of Ukrainian Wikipedia articles

২০২৪ চনত ইউক্ৰেনীয় ৱিকিপিডিয়াৰ ১৩,৪৯,০০৩টা প্ৰবন্ধ, ৭,৭০,০০০ গৰাকী সম্পাদক, ৪৯ গৰাকী প্ৰশাসক আৰু ১,১৫,০৬৬টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,৩৬,০৮,৫৭০।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ইউক্ৰেনীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]