নীলছ্ হেনৰিক্ আবেল
Niels Henrik Abel | |
---|---|
Niels Henrik Abel | |
জন্ম | ৫ আগষ্ট, ১৮০২ Nedstrand, Norway |
মৃত্যু | ৬ এপ্ৰিল, ১৮২৯ (২৬ বছৰ) Froland, Norway |
বাসস্থান | Norway |
জাতীয়তা | Norwegian |
ক্ষেত্ৰ | Mathematics |
শিক্ষানুষ্ঠান | Royal Frederick University |
জনা যায় | Abel's binomial theorem Abelian category Abelian variety Abelian variety of CM-type Abel equation Abel equation of the first kind Abelian extension Abel function Abelian group Abel's identity Abel's inequality Abel's irreducibility theorem Abel–Jacobi map Abel–Plana formula Abel–Ruffini theorem Abelian means Abel's summation formula Abelian and tauberian theorems Abel's test Abel's theorem Abel transform Abel transformation Abelian variety Dual abelian variety |
প্ৰভাৱ | Bernt Michael Holmboe |
স্বাক্ষৰ |
নীলছ্ হেনৰিক্ আবেল (5 আগষ্ট ১৮০২ – ৬ এপ্ৰিল ১৮২৯) এজন ন'ৰৱেৰ গণিতজ্ঞ আছিল। অতি দুখীয়া তথা মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা সত্তেও তেওঁ গণিতশাস্ত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। আবেল আছিল elliptic functionsৰ ক্ষেত্ৰ(ইংৰাজী:field)ত এজন ঊদ্ভাৱক(ইংৰাজী:innovator), Abelian functionsৰ আৱিস্কাৰক আৰু আধুনিক গণিতৰ কেইবাটাও শাখাৰ বিকাশত অগ্ৰদূত। বেছিভাগ কামেই তেওঁ কৰ্মজীৱনৰ ছয়-সাত বছৰত কৰা।[1] আবেলৰ বিষয়ে ফৰাছী গণিতজ্ঞ চাৰ্লছ হাৰমাইট্(ইংৰাজী:Charles Hermite)এ কৈছিল, "আবেলে গণিতজ্ঞ সকলৰ বাবে যিখিনি দি থৈ গৈছে সেইখিনি তেওঁলোকক পাঁচশ বছৰ ব্যস্ত কৰি ৰাখিবলৈ যথেষ্ট।"[1][2] আন এজন ফৰাছী গণিতজ্ঞ Adrien-Marie Legendreএ কৈছিল, "quelle tête celle du jeune Norvégien!" ("এজন যুৱ ন'ৰৱেইয়ানৰ কি যে মগজ্!").[3] গণিতজ্ঞ নীলছ্ হেনৰিক্ আবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ NASL -এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে আবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 http://todayinsci.com/H/Hermite_Charles/HermiteCharles-Quotations.htm
- ↑ http://www.goodquotes.com/quote/charles-hermite/abel-has-left-mathematicians-enough-to
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-05-09. https://web.archive.org/web/20150509021440/http://math2033.uark.edu/wiki/index.php/Niels_Abel। আহৰণ কৰা হৈছে: 2013-12-14.