লাওখোৱা অভয়াৰণ্য
লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary) | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অসমত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | Nagaon |
স্থানাংক | 26°30′24″N 92°42′38″E / 26.50667°N 92.71056°Eস্থানাংক: 26°30′24″N 92°42′38″E / 26.50667°N 92.71056°E |
মাটিকালি | 70.13 sq. km[1] |
প্ৰতিস্থা | 1972[1] |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
লাওখোৱা অভয়াৰণ্য (ইংৰাজী: Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত।
ইতিহাস
[সম্পাদনা কৰক]এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।
ভৌগিলিক বিৱৰণ
[সম্পাদনা কৰক]লাওখোৱা অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭০.১৩ বৰ্গকিলোমিটাৰ। [2] নগাওঁ তথা গুৱাহাটীৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্ধয়ে ২৮ আৰু ১৪৮ কিলোমিটাৰ। [3]
জলবায়ু
[সম্পাদনা কৰক]জৈৱবৈচিত্ৰ্য
[সম্পাদনা কৰক]উদ্ভিদ:
প্ৰাণী: হাতী, বনৰীয়া ম'হ, ঢেঁকীয়াপতিয়া বাঘ,কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ ইত্যাদি[4]
চৰাই-চিৰিকটি: প্ৰায় ২২৫ বিধ চৰাইৰ প্ৰজাতি, যেনে- হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা ইত্যাদি।
সৰীসৃপ: ১৪ বিধ বিভিন্ন সৰীসৃপৰ প্ৰজাতি, যেনে- ফেঁটীসাপ, অজগৰ, কাছ, গুইঁ ইত্যাদি।
মাছ:৩৯ বিধ মাছৰ প্ৰজাতিৰ প্ৰজননস্থলী
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "National Wildlife Database: List of Protected Areas in India". Wildlife Institute of India. Archived from the original on 19 September 2011. https://web.archive.org/web/20110919104925/http://oldwww.wii.gov.in/nwdc/list_existing_wls.pdf। আহৰণ কৰা হৈছে: 22 October 2010.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-05-16. https://web.archive.org/web/20130516070931/http://assamforest.in/NP_Sanctuaries/wls_Amchang.php। আহৰণ কৰা হৈছে: 2013-08-22.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-05-16. https://web.archive.org/web/20130516071710/http://assamforest.in/NP_Sanctuaries/wls_Laokhowa.php। আহৰণ কৰা হৈছে: 2013-08-22.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-05-16. https://web.archive.org/web/20130516071710/http://assamforest.in/NP_Sanctuaries/wls_Laokhowa.php। আহৰণ কৰা হৈছে: 2013-08-22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|