শান্তনু ভাগ্যৰাজ
অৱয়ব
শান্তনু ভাগ্যৰাজ | |
---|---|
শান্তনু ভাগ্যৰাজৰ প্ৰতিকৃতি | |
জন্ম | ২৪ আগষ্ট, ১৯৮৫ চেন্নাই, তামিল নাডু, ভাৰত |
পেচা | চলচ্চিত্ৰ অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৯৮ - বৰ্তমানলৈ |
শান্তনু ভাগ্যৰাজ (তামিল: சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
ফিল্মোগ্ৰাফী
[সম্পাদনা কৰক]বৰ্ষ | ছবি | চৰিত্ৰ | ভাষা | টোকা |
---|---|---|---|---|
১৯৯৮ | ভেট্টিয়া মদিছু কট্টু | সনু | তামিল | শিশু শিল্পী |
২০০৮ | সক্কৰকট্টি | যুবৰাজ | তামিল | বিজেতা, ফিল্মফেয়াৰ দাক্ষিণাত্য শ্ৰেষ্ঠ নবাগত বিজেতা, বিজয় বঁটা শ্ৰেষ্ঠ নবাগত বিজেতা, আই টি এফ এ নতুন অভিনেতা বঁটা |
২০০৯ | এঞ্জেল জ'ন | মাৰাডোনা | মালায়লম | |
২০১০ | আইৰম ভিলক্কু | তামিল | ||
সাৰে নী ইস্তম | তেলেগু | |||
সিদ্ধু + ২ ফাৰ্ষ্ট এটেম্ট | তামিল | |||
২০১১ | সুভৰিল্লঠ চিঠিৰং | তামিল | ||
কন্দেইন | তামিল |