সমললৈ যাওক

হিন্দী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia হিন্দী ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in হিন্দী
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL hi.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

হিন্দী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ হিন্দী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬৩,৩৮৭ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত হিন্দী ৱিকিপিডিয়াৰ ১,৬৩,৩৮৭ টা প্ৰবন্ধ, ৮,৩২,০০০ গৰাকী সম্পাদক, ৭ গৰাকী প্ৰশাসক আৰু ৪,৫৭১ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬২,৬৫,৬৪১।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

হিন্দী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]